পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উত্তৰ-পূৱ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উত্তৰ-পূৱ   বিশেষ্য

অর্থ : উত্তৰ আৰু পূৱ দিশৰ কোণ

উদাহরণ : উত্তৰ-পূৱফালৰ পৰা জোৰকৈ বতাহ বলাৰ পিছত হুৰহুৰকৈ এজাক বৰষুণ আহিল

সমার্থক : ঈশান, ঈশান কোণ, উত্তৰ পূব, উত্তৰ পূৱ কোণ, উত্তৰ পূৱ দিশ, পূর্বোত্তৰ

উত্তৰ-পূৱ   বিশেষণ

অর্থ : উত্তৰ-পূর্বৰ ্বা উত্তৰ-পূর্ব সম্বন্ধী

উদাহরণ : ভাৰতৰ উত্তৰ-পূৱ অঞ্চলত ভীষণ ঠাণ্ডা পৰিছে

चौपाल