পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উড়িয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উড়িয়া   বিশেষ্য

অর্থ : উৰিষ্যাৰ অধিবাসী

উদাহরণ : এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব

অর্থ : যি লিপিত উড়িয়া ভাষা লিখা হয়

উদাহরণ : লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে

সমার্থক : উড়িয়া লিপি

উড়িয়া   বিশেষণ

অর্থ : উৰিষ্যাৰ বা উৰিষ্যাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : আমি উৰিয়া নৃত্য চাবলৈ গৈছিলোঁ

সমার্থক : উৰিয়া

অর্থ : উড়িয়া ভাষাৰ বা উড়িয়া ভাষাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : পুৰীৰ বিষয়ে অধিক জানিবলৈ মই ভালেমান উড়িয়া কিতাপ অধ্যয়ন কৰিলোঁ

चौपाल