পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উছন কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উছন কৰা   ক্ৰিয়া

অর্থ : উচ্ছন্ন বা নষ্ট হোৱা

উদাহরণ : ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে

সমার্থক : অনিষ্ট কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, নাশ কৰা, বিনাশ কৰা

অর্থ : বহুত সস্তা দামত বিক্রী কৰা

উদাহরণ : মদাহীটোৱে নিজৰ মাটি সস্তাত বিক্ৰী কৰিলে

সমার্থক : সস্তাত বিক্ৰী কৰা

অর্থ : মানৱ বিহীন হোৱা

উদাহরণ : ধুমুহা বৰষুণে ভালেমান বস্তি উছন কৰিলে

चौपाल