পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আৱাসীয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আৱাসীয়   বিশেষণ

অর্থ : যিটো ঘৰ বা আবাসৰ সৈতে সম্বন্ধিত

উদাহরণ : আৱাসীয় সমস্যাবোৰ সমাধানৰ কাৰণে এটা সজাতি দল মাতি পঠিওৱা হৈছে

সমার্থক : আবাসীয়

অর্থ : থাকিবৰ বা বসতি কৰিবৰ কাৰণে বনোৱা

উদাহরণ : চহৰৰ পৰা দূৰৈৰ আৱাসীয় এলেকাত ভাড়াঘৰ সস্তাত পোৱা যায়

चौपाल