পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আৱদ্ধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আৱদ্ধ   বিশেষণ

অর্থ : যাক বন্ধা হৈছে

উদাহরণ : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে

সমার্থক : অমুক্ত, নিৱদ্ধ

অর্থ : আৱদ্ধ হৈ থকা

উদাহরণ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

সমার্থক : বন্ধ

অর্থ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

উদাহরণ : সৌ বন্ধ নলাটো চাফা কৰি আছে

সমার্থক : অৱৰুদ্ধ, অৱৰোধিত, নিৰুদ্ধ, বন্ধ, বাধাগ্রস্ত, ৰুদ্ধ

चौपाल