পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আৰোহী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আৰোহী   বিশেষ্য

অর্থ : আৰোহণ কৰা ব্যক্তি

উদাহরণ : আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে

সমার্থক : আৰোহক

অর্থ : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে

উদাহরণ : যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে

আৰোহী   বিশেষণ

অর্থ : কোনো বস্তুৰ ওপৰত উঠা বা বহা

উদাহরণ : চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল

অর্থ : যাৰ ওপৰত উঠিব পৰা যায়

উদাহরণ : আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম

অর্থ : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা

উদাহরণ : তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে

चौपाल