অর্থ : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
উদাহরণ :
অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
সমার্থক : অভিযুক্ত
অর্থ : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
উদাহরণ :
তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
অর্থ : লগোৱা বা জাপি দিয়া
উদাহরণ :
জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে