পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আৰম্ভ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আৰম্ভ   বিশেষ্য

অর্থ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

উদাহরণ : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

সমার্থক : আদি, আৰম্ভণি, প্রাৰম্ভ, শুভাৰম্ভ

অর্থ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

উদাহরণ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

সমার্থক : আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

অর্থ : কোনো কামৰ আৰম্ভ

উদাহরণ : এই কামটোৰ শুভাৰম্ভ কোনে কৰিব ?

সমার্থক : শুভাৰম্ভ

चौपाल