অর্থ : কাৰোবাক আমনি দি থকা
উদাহরণ :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
সমার্থক : খং তোলা, দিগদাৰী কৰা, দিগদাৰী দিয়া
অর্থ : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
উদাহরণ :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
সমার্থক : বিৰক্ত কৰা
অর্থ : ধেমালিতে কাৰোবাক আমনি কৰা
উদাহরণ :
ৰমেশে নিজৰ খুলশালীক আমনি কৰি আছে