পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আপত্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আপত্তি   বিশেষ্য

অর্থ : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য

উদাহরণ : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়

সমার্থক : বিৰোধ

অর্থ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

উদাহরণ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

সমার্থক : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

অর্থ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া

উদাহরণ : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়

সমার্থক : অচিলা, অজুহাত, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু

অর্থ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

উদাহরণ : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

সমার্থক : অভিযোগ, ওজৰ, ওজৰ-আপত্তি

चौपाल