অর্থ : এখনতকৈ অধিক ৰাষ্ট্র বা দেশৰ সম্বন্ধ
উদাহরণ :
ভাৰতবর্ষই আন্তর্ৰাষ্ট্রীয় বাণিজ্যৰ প্রসাৰ সাধনত গুৰুত্ব দি আছে
সমার্থক : আন্তর্ৰাষ্ট্রীয়
অর্থ : কিছুমান বা সকলো ৰাষ্ট্রৰ সৈতে সম্বন্ধ ৰাখোঁতা
উদাহরণ :
মোহনে আন্তর্ৰাষ্ট্রীয় প্রতিযোগিতাত ভাৰতবর্ষক নেতৃত্ব দিছে
সমার্থক : আন্তঃৰাষ্ট্রীয়, আন্তর্জাতীয়, আন্তর্ৰাষ্ট্রীয়, বহুদেশীয়, বহুৰাষ্ট্রীয়
অর্থ : কোনো দেশৰ আভ্যন্তৰীণ ক্ষেত্রত হোৱা বা তাৰে সৈতে সম্বন্ধ ৰাখোঁতা
উদাহরণ :
অনুগ্রহ কৰি মোক এখন আন্তর্দেশীয় পত্র দিয়ক
সমার্থক : আন্তঃদেশীয়