অর্থ : কাৰোবাৰ আধাৰ, আশ্রয় বা সহায়ত থকা বা পালিত হোৱা
উদাহরণ :
পৰজীৱী উদ্ভিদ আন উদ্ভিদৰ ওপৰত নি্র্ভৰশীল
সমার্থক : অৱলম্বিত, আশ্রিত, নি্র্ভৰশীল, পৰনি্র্ভৰশীল
অর্থ : যি কোনো আধাৰৰ ওপৰত থাকে
উদাহরণ :
এইখন এখন লোককথাৰ ওপৰত আধাৰিত চিনেমা