অর্থ : কোনো স্থানত থকা সেই ঠাইৰ মূল, অসভ্য তথা জংঘলী নিবাসী
উদাহরণ :
চৰকাৰে আদিবাসীসকলৰ বিকাশৰ বাবে কিছুমান আঁচনি তৈয়াৰ কৰিছে
অর্থ : আদিবাসী সম্বন্ধী বা আদিবাসীৰ
উদাহরণ :
বস্তৰৰ আদিবাসী অঞ্চলত নক্সালবাদীৰ আক্রমণ হৈ থাকে