অর্থ : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
উদাহরণ :
ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
অর্থ : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
উদাহরণ :
দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
সমার্থক : আত্মত্যাগ