পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আঠগুণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আঠগুণ   বিশেষ্য

অর্থ : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ সাতগুণ অধিক পৰিমাণ

উদাহরণ : আঠৰ আঠগুণ চৌষষ্ঠী

আঠগুণ   ক্ৰিয়া বিশেষণ

অর্থ : সাতগুণতকৈ আৰু এগুণ বেছি

উদাহরণ : মই তোমাতকৈ আঠগুণ বেছি খাব নোৱাৰো

আঠগুণ   বিশেষণ

অর্থ : যিমান হয় তাতকৈ সাত বাৰ আৰু অধিক

উদাহরণ : আনৰ তুলনাত মোহনে আঠগুণ অধিক বেতন লাভ কৰে

चौपाल