অর্থ : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
উদাহরণ :
এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
সমার্থক : স্থানীয়
অর্থ : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
উদাহরণ :
আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
সমার্থক : ক্ষেত্রীয়