পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আজ্ঞা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আজ্ঞা   বিশেষ্য

অর্থ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি

উদাহরণ : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়

সমার্থক : অনুজ্ঞা, অনুমতি, আদেশ

অর্থ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য

উদাহরণ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল

সমার্থক : অনুজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম

অর্থ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য

উদাহরণ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত

সমার্থক : অনুজ্ঞা, আদেশ, হুকুম

चौपाल