পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আঙুৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আঙুৰ   বিশেষ্য

অর্থ : লতাজাতীয় গছত লগা এবিধ থোপাকৈ লগা সৰু মিঠা ৰসাল ফল

উদাহরণ : আঙুৰৰ পৰা কিছুমান মদ তৈয়াৰ কৰা হয়

সমার্থক : আঙ্গুৰ, দ্রাক্ষা

অর্থ : মিঠা আৰু ৰসাল ফল লগা এবিধ লতাজাতীয় গছ

উদাহরণ : নাচিকত আঙুৰৰ খেতি বেছিকৈ হয়

সমার্থক : আঙুৰ লতা, আঙ্গুৰ

चौपाल