পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আঘাত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আঘাত   বিশেষ্য

অর্থ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

উদাহরণ : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

সমার্থক : দুখ

অর্থ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ

উদাহরণ : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে

অর্থ : মৰা কার্য

উদাহরণ : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল

সমার্থক : পিতন, প্রহাৰ, মাৰ

অর্থ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়

উদাহরণ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে

সমার্থক : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ

चौपाल