পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অৱনমিত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অৱনমিত   বিশেষণ

অর্থ : যি তলমূৰ কৰি আছে

উদাহরণ : ফল লগাৰ সময়ত গছবোৰ অধোনমিত হয়

সমার্থক : অধোগত, অধোগামী, অধোনমিত, অধোমুখী, অৱনত, নিম্নগত, নিম্নগামী

অর্থ : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়

উদাহরণ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে

সমার্থক : অধঃপতিত, অধোগত, অৱনত, পতিত

অর্থ : যি নমিত নহয়

উদাহরণ : বন্দী অৱস্থাতো পুৰুৱে আলেকজেণ্ডাৰৰ ওচৰত শিৰ অৱনমিত নকৰিলে

चौपाल