অর্থ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
উদাহরণ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
সমার্থক : নমোৱা
অর্থ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
উদাহরণ :
লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল