পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অস্বীকৃত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অস্বীকৃত   বিশেষণ

অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

উদাহরণ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

সমার্থক : অননুমোদিত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত

অর্থ : যাৰ অনুমতি দিয়া হোৱা নাই

উদাহরণ : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল

সমার্থক : অননুমোদিত, অসমর্থিত

অর্থ : যিয়ে সহমত পোৱা নাই

উদাহরণ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে

সমার্থক : অসন্মতি, নামঞ্জুৰ, সহমতহীন

অর্থ : যিটো অনুমোদন কৰা হোৱা নাই

উদাহরণ : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব

সমার্থক : অগৃহীত, অননুমোদিত

चौपाल