পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অস্বীকাৰ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অস্বীকাৰ কৰা   ক্ৰিয়া

অর্থ : কোনো কথা আদি কৈ বা প্রতিশ্রুতি আদি ৰাখি তাক অস্বীকাৰ কৰা বা কথা দি কথা নৰখা কার্য

উদাহরণ : তেওঁ নিজৰ কথা অস্বীকাৰ কৰিলে

সমার্থক : কথা নৰখা, বাগৰ মৰা

অর্থ : কোনো কাম বা কথাত সন্মতি নিদিয়া

উদাহরণ : তেওঁ ্ মোৰ মতটোক অস্বীকাৰ কৰিলে

সমার্থক : আসৈ মতা, নাথুকাৰ কৰা, নুই কৰা, মানি নোলোৱা

चौपाल