পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অসমীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অসমীয়া   বিশেষ্য

অর্থ : অসম ৰাজ্যৰ ভাষা

উদাহরণ : তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে

সমার্থক : অসমীয়া ভাষা

অর্থ : অসম ৰাজ্যৰ অধিবাসী

উদাহরণ : ভালেমান অসমীয়া মোৰ ভাল বন্ধু

অর্থ : অসম ৰাজ্যৰ নিবাসী

উদাহরণ : মোৰ ভালেমান অসমীয়া বন্ধু আছে

অসমীয়া   বিশেষণ

অর্থ : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ

উদাহরণ : তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই

অর্থ : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত

উদাহরণ : মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে

অর্থ : অসমত থকা বা বসতি কৰা

উদাহরণ : সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত

चौपाल