পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অসফল হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অসফল হোৱা   ক্ৰিয়া

অর্থ : * পূর্ণৰূপত সফল ্নোহোৱা বা পতন হোৱা

উদাহরণ : আপোনাৰ কাৰণে মোৰ যোজনা অসফল হʼল

সমার্থক : ফেইল হোৱা

অর্থ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য

উদাহরণ : মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল

সমার্থক : পৰাজিত হোৱা, হৰা

অর্থ : প্রচেষ্টা কৰি বিফল হোৱা

উদাহরণ : মই জীৱনত হাৰিছোঁ

সমার্থক : হৰা

चौपाल