অর্থ : কোনো কথা কাম আদিত সন্তুষ্ট নোহোৱা
উদাহরণ :
আপোনাৰ দেউতা আপোনাৰ কাম-কাজত অসন্তুষ্ট হৈছে
অর্থ : কোনো কাম, কথা আদিত সন্তুষ্ট বা প্রসন্ন নোহোৱা:ৰাধাৰ অহংকাৰপূর্ণ ্ কথাত সকলো অসন্তুষ্ট হʼল
উদাহরণ :
সমার্থক : অপ্রসন্ন হোৱা, অসন্তোষ হোৱা, নাৰাজ হোৱা, বিতুষ্ট হোৱা