সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ভয় ৰহিত
উদাহরণ : মনু এগৰাকী নি্র্ভীক ছোৱালী
সমার্থক : অকুতোভয়, অশংক, অশংকিত, অশঙ্কিত, নি্র্ভীক, নি্র্ভয়, বে-পৰোৱা, ভীতিশূন্য, ভীতিহীন, ভয়শূন্য, ভয়হীন, শংকাশূন্য
অর্থ : যিটো আশংকিত নহয়
উদাহরণ : মহাভাৰত যুদ্ধৰ পিছত পাণ্ডৱে শংকাহীনভাৱে কিছুকাল ৰাজ্য শাসন কৰিছিল
সমার্থক : অশংক, নিশংকা, নিশঙ্কা, শংকাহীন, শঙ্কাহীন, সংশয়হীন
ইনস্টল