পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অম্ল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অম্ল   বিশেষ্য

অর্থ : পানীত মিশ্রণ হোৱা নিমখীয়া সোৱাদৰ এবিধ যৌগিক পদার্থ, যি লিটমাছ কাগজক ৰঙা কৰে আৰু ক্ষাৰকৰ লগত সংমিশ্রণ ঘটাই নিমখ তৈয়াৰ কৰা হয়

উদাহরণ : অম্লৰ ব্যৱহাৰ সাৱধানেৰে কৰা উচিত

সমার্থক : এচিদ

অম্ল   বিশেষণ

অর্থ : কেঁচ্া আম, তেতেলী আদিৰ সোৱাদ

উদাহরণ : টেঙা ফলত ভিটামিন চি অধিক পৰিমাণে পোৱা যায়

সমার্থক : অম্বল, অম্লময়, অম্লযুক্ত, অম্লস্বাদ, অম্লাক্ত, আম্লিক, টেঙা, টেঙেচীয়া

चौपाल