পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অপাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অপাৰ   বিশেষণ

অর্থ : যাৰ সীমা নাই

উদাহরণ : সাধুজনে ভগৱানৰ অসীম লীলাৰ গুণ-গান বখানি আছে

সমার্থক : অপৰিসীম, অবাধ, অসীম, সীমাহীন

অর্থ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়

উদাহরণ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে

সমার্থক : অগাধ, অতল, অপৰিসীম

অর্থ : যাৰ ওচৰলৈ পৰা নাযায়

উদাহরণ : মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে

সমার্থক : অগম্য, অনতিক্রমনীয়, অনতিক্রম্য, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ

অর্থ : যাৰ জোখ লʼব নোৱাৰি বা যাক জোখিব নোৱাৰি

উদাহরণ : সৃষ্টি অপৰিমিত সম্পদৰ খনি

সমার্থক : অপৰিমিত, অমাপনীয়

चौपाल