পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অপচয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অপচয়   বিশেষ্য

অর্থ : হেৰুওৱা বা লোকচান ভৰা কার্য

উদাহরণ : ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল

অর্থ : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য

উদাহরণ : চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়

অর্থ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য

উদাহরণ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে

সমার্থক : ক্ষয়, হ্রাস

অর্থ : অনাহক আৰু অধিক খৰচ

উদাহরণ : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

সমার্থক : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি

অপচয়   বিশেষণ

অর্থ : অনাহকত খৰচ কৰা

উদাহরণ : অপচয়ৰ ধন কেতিয়াও ঘূৰি নাহে

चौपाल