পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অন্যমনস্ক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অন্যমনস্ক   বিশেষণ

অর্থ : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে

উদাহরণ : অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে

সমার্থক : উনমনা

অর্থ : যি সাৱধান নহয়

উদাহরণ : অসাৱধান লোক বিপদত পৰে

সমার্থক : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ

অর্থ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

উদাহরণ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

সমার্থক : উদাস, বিৰক্ত, ম্লান

অর্থ : ধ্যান নাইকিয়া

উদাহরণ : ধ্যানহীন লʼৰা-ছোৱালী পঢ়া-শুনাত বৰ দুর্বল

সমার্থক : অমনোযোগী, আনমনা, ধ্যানহীন, মনোযাগহীন

चौपाल