অর্থ : যিয়ে গৱেষণা বা অন্বেষণ কৰে
উদাহরণ :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
সমার্থক : অনুসন্ধানী, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
অর্থ : গৱেষণা কৰোতা
উদাহরণ :
এজন গৱেষক ছাত্রই অলপতে পি. এইচ. ডি ডিগ্রী লাভ কৰিছে
সমার্থক : অনুসন্ধানী, গৱেষক