পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অন্নলিপ্সা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অন্নলিপ্সা   বিশেষ্য

অর্থ : ভোজনৰ ইচ্ছা বা আহাৰ খাবলৈ কৰা ইচ্ছা

উদাহরণ : তেওঁৰ অন্নলিপ্সাই তেওঁক্ আহাৰ চুৰ কৰি খাবৰ কাৰণে বাধ্য কৰিলে

সমার্থক : অন্ন-লিপ্সা

অর্থ : খাবৰ কাৰণে ওপজা ইচ্ছা

উদাহরণ : মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল

সমার্থক : কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰাগ্নি, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা

चौपाल