সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৃথিৱী আৰু আন গ্রহ বা নক্ষত্রৰ মাজৰ স্থান
উদাহরণ : আজিও অন্তৰীক্ষৰ বিষয়ে বৈজ্ঞানিকসকলে অনুসন্ধান চলাই আছে
সমার্থক : ্অর্ণৱ
অর্থ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
উদাহরণ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
সমার্থক : অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম, শূন্য
ইনস্টল