অর্থ : যিয়ে গৱেষণা বা অন্বেষণ কৰে
উদাহরণ :
গৱেষকে গৱেষণাত ব্যস্ত হৈ আছে
সমার্থক : অন্বেষক, অন্বেষণকাৰী, গৱেষক, গৱেষণা কর্তা
অর্থ : যি অনুসন্ধানৰ সৈতে জড়িত
উদাহরণ :
মই অনুসন্ধানী কাহিনী পঢ়িবলৈ ভালপাওঁ
সমার্থক : অনুসন্ধানাত্মক, সন্ধানমূলক, সন্ধানী