পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অনুসন্ধানকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অনুসন্ধানকাৰী   বিশেষ্য

অর্থ : যিজনে অনুসন্ধানৰ কাম কৰে

উদাহরণ : অনুসন্ধানকাৰীয়ে ডকাইতৰ দলটোৰ সন্ধান পালে

অর্থ : যিজনে কোনো কথা বা বস্তুৰ বিষয়ে অনুসন্ধান কৰে বা সম্ভেদ বিচাৰে

উদাহরণ : অৱশেষত অনুসন্ধানকাৰীৰ দলে হত্যাকাৰীৰ খবৰ বিচাৰি উলিয়ালে

অর্থ : অনুসন্ধান কৰা ব্যক্তি

উদাহরণ : অনুসন্ধানকাৰীয়ে অনুসন্ধান কার্যত ্লাগি আছে

সমার্থক : অনুসন্ধান কর্তা

चौपाल