অর্থ : যি অনুপ্রেৰণা লাভ কৰিছে
উদাহরণ :
তেওঁৰ ্আদর্শৰ ্দ্বাৰা অনুপ্রাণিত সমাজ আজি উন্নতিৰ শিখৰত আছে
অর্থ : যিয়ে আন কাৰোবাৰ পৰা প্রেৰণা লাভ কৰিছে
উদাহরণ :
শিক্ষাগুৰুৱে ৰামক পঢ়িবৰ কাৰণে প্রেৰিত কৰিলে
সমার্থক : প্রেৰিত