অর্থ : যিজন সন্মুখত উপস্থিত বা হাজিৰ হোৱা নাই
উদাহরণ :
আজি শ্যাম শ্রেণীত অনুপস্থিত আছিল
সমার্থক : গৰহাজিৰ
অর্থ : যিজন প্রবিষ্ট হোৱা নাই
উদাহরণ :
অনুপস্থিত অতিথিসকলক শীঘ্রে ভিতৰলৈ আহিবলৈ কোৱা হʼল
সমার্থক : অপ্রবিষ্ট