পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অনাথ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অনাথ   বিশেষ্য

অর্থ : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে

উদাহরণ : ইয়াত অনাথসকলক আশ্রয় দিয়া হয়

অনাথ   বিশেষণ

অর্থ : মালিক বা স্বামী নোহোৱা এক অৱস্থা

উদাহরণ : অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে

সমার্থক : নাথহীন

অর্থ : যিজনক সহায় কৰিবলৈ কোনো নাই

উদাহরণ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে

সমার্থক : অনাশ্রিত, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন

অর্থ : যাৰ কোনো মালিক নাই

উদাহরণ : ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল

অর্থ : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই

উদাহরণ : শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে

चौपाल