পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অননুমোদিত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অননুমোদিত   বিশেষণ

অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

উদাহরণ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

সমার্থক : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত

অর্থ : যাৰ অনুমতি দিয়া হোৱা নাই

উদাহরণ : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল

সমার্থক : অসমর্থিত, অস্বীকৃত

অর্থ : যিটো অনুমোদন কৰা হোৱা নাই

উদাহরণ : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব

সমার্থক : অগৃহীত, অস্বীকৃত

चौपाल