পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধৰ   বিশেষ্য

অর্থ : মুখৰ আগভাগত থকা মেলিব আৰু জপাব পৰা দাঁত ঢাকি থোৱা মঙহাল অংশ

উদাহরণ : মৃত্যুৰ সময়তো শ্যামৰ ওঁঠত পুতেকৰ নামেই আছিল

সমার্থক : ওঁঠ, ওষ্ঠ, দন্তচ্ছদ

অর্থ : তলৰ ওঁঠ

উদাহরণ : তলৰ ওঁঠ আৰু ওপৰৰ ওঁঠৰ (প-বর্গ) ্দ্বাৰা ধ্বনি উৎপন্ন হয় ৰাজুৰ তলৰ ওঁঠখন কটা

সমার্থক : অধৰাধৰ, অধৰোষ্ঠ, তলৰ ওঁঠ

चौपाल