পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধৈর্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধৈর্য   বিশেষণ

অর্থ : যি বহুত উৎকণ্ঠিত

উদাহরণ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়

সমার্থক : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল

অর্থ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ

উদাহরণ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে

সমার্থক : অস্থিৰ, চঞ্চল

অর্থ : কোনো কাম আদিত খৰধৰ লগোৱা

উদাহরণ : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি

সমার্থক : অধীৰ, ব্যগ্র

चौपाल