পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধীন কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধীন কৰা   ক্ৰিয়া

অর্থ : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা

উদাহরণ : সেনাই দুর্গটোক অধীন কৰিলে

সমার্থক : অধিকাৰলৈ অনা, কাবু কৰা

অর্থ : কাৰোবাক নিজৰ বশলৈ অনা

উদাহরণ : ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল

সমার্থক : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা

অর্থ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা

উদাহরণ : মই এই কামটো আপোনাক অর্পণ কৰিছোঁ

সমার্থক : অর্পণ ্কৰা

चौपाल