অর্থ : যি কাৰোবাৰ বশীভূত হৈ আছে
উদাহরণ :
ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
অর্থ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
উদাহরণ :
নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
সমার্থক : অধীনস্থ