পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অটল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অটল   বিশেষণ

অর্থ : যি সিদ্ধান্ত সলনি নহয়

উদাহরণ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

সমার্থক : অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ

অর্থ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা

উদাহরণ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে

সমার্থক : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল

অর্থ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

উদাহরণ : পাহাৰ-পর্বত স্থিৰ

সমার্থক : অচল, অচৰ, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

অর্থ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব

উদাহরণ : জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী

সমার্থক : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত

चौपाल