পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অগ্ন্যাশয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অগ্ন্যাশয়   বিশেষ্য

অর্থ : পেটৰ ভিতৰৰ আমাশয়ৰ পিছফালে ওলমি থকা একধৰণৰ ডাঙৰ আৰু দীঘলীয়া আকাৰৰ গ্রন্থি বিশেষ

উদাহরণ : অগ্ন্যাশয়ৰ পৰা পাচক ৰসৰ নিঃসৰণ হয়

অর্থ : শৰীৰৰ আমাশয়ৰ পিছফালে থকা দীঘলীয়া গ্রন্থি, যʼৰ পৰা পাচক ৰস আৰু ইনচুলিন ওলায়

উদাহরণ : অগ্ন্যাশয়ৰ পৰা ওলোৱা পাচক ৰসে পাচনত সহায় কৰে

সমার্থক : অগ্নাশয়, ক্লোম, পাচনগ্রন্থি

चौपाल