পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অগাধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অগাধ   বিশেষণ

অর্থ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়

উদাহরণ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে

সমার্থক : অতল, অপাৰ, অপৰিসীম

অর্থ : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি

উদাহরণ : তেওঁ দ পুখুৰীত ডুব গʼল

সমার্থক : অগাধনি, অতল, অথাউনি, অথানি, গভীৰ,

অর্থ : যি পৰিমাণত বেছি

উদাহরণ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

সমার্থক : অগণন, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

चौपाल