পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অখণ্ডিত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অখণ্ডিত   বিশেষণ

অর্থ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই

উদাহরণ : ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে

অর্থ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই

উদাহরণ : ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে

সমার্থক : নকটা

অর্থ : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই

উদাহরণ : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে

সমার্থক : অক্ষত, অভঞ্জিত, খণ্ডহীন

অর্থ : যি বিভক্ত নহয়

উদাহরণ : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব

সমার্থক : অখণ্ড, অটুট, অবিভক্ত, অবিভাজিত, অভিন্ন

অর্থ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি

উদাহরণ : আপোনাৰ যুক্তি অকাট্য

সমার্থক : অকাট্য, অখণ্ডনীয়, পানী নসৰকা

चौपाल