পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অকলশৰীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অকলশৰীয়া   বিশেষ্য

অর্থ : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি

উদাহরণ : তেওঁ অকলশৰীয়া

অর্থ : অকলে হোৱা দশা বা ভাৱ

উদাহরণ : মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে

সমার্থক : শূন্যতা

অকলশৰীয়া   বিশেষণ

অর্থ : নিজান ঠাইত থকা বা বসবাস কৰোতা

উদাহরণ : অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে

সমার্থক : একাকিন

অর্থ : যাৰ লগত কোনো নাই বা নাথাকে

উদাহরণ : তেওঁ অকলশৰীয়া জীৱন কটাই আছে

সমার্থক : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ

অর্থ : বেলেগৰ পৰা অকলে থকা

উদাহরণ : তেওঁ ভীৰতো অকলশৰীয়া আছিল

সমার্থক : নিসংগ

चौपाल