বিচক্ষণ (বিশেষণ)
কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
দী্র্ঘজীৱী (বিশেষ্য)
যিজন ব্যক্তি বহুবছৰ ধৰি জীয়াই থাকে
পর্শু্কা (বিশেষ্য)
মানুহ, পশু আদিৰ বুকুৰ জঁ্কাত থকা কামিৰ সদৃশ বেঁ্কা আৰু অলপ গোলাকাৰ হাড়
জগাই তোলা (ক্ৰিয়া)
তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা
হেৰাই যোৱা (ক্ৰিয়া)
দেখা নোপোৱা
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
আৱিষ্কাৰ কৰা (ক্ৰিয়া)
অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
মাতৃ (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
জননী (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
আগে আগে (ক্ৰিয়া বিশেষণ)
কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত